ধৰ্মীয় ভিত্তিত ভাৰত বিভাজন এক ঐতিহাসিক ভুল আছিল: ৰাজনাথ

PCScroll.in

ধৰ্মীয় ভিত্তিত ভাৰত বিভাজন এক ঐতিহাসিক ভুল আছিল: ৰাজনাথ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ ই এক স্মাৰক আছিল যে ধৰ্মীয় ভিত্তিত ভাৰতৰ বিভাজন এক “ঐতিহাসিক ভুল”। “পাকিস্তানৰ জন্ম এটা ধৰ্মৰ নামত হৈছিল, কিন্তু ই এক হৈ থাকিব নোৱাৰিলে। ১৯৭১ চনত পৰাজয়ৰ পিছত, আমাৰ চুবুৰীয়া দেশখনে ভাৰতত নিৰন্তৰ প্ৰক্সি(Proxy) যুদ্ধ চলাই আছে,” সিঙে লগতে কয়।