ধূলা কাণ্ডত গ্ৰেপ্তাৰ হোৱা তিনি চিকিৎসকৰ জামিন মঞ্জুৰ

Pc assam.news18.com

ধূলা কাণ্ডত গ্ৰেপ্তাৰ হোৱা তিনি চিকিৎসকৰ জামিন মঞ্জুৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ধূলা কাণ্ডত গ্ৰেপ্তাৰ হোৱা তিনি চিকিৎসকৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে তিনি চিকিৎসকৰ। ডাঃ অজন্তা বৰদলৈ, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অৰুণ ডেকাৰ জামিন মঞ্জুৰ। বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিছিল তিনি চিকিৎসকে। ৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল তিনি চিকিৎসকক।