ধিং আৰক্ষীৰ তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে আভিযান

ধিং আৰক্ষীৰ তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে আভিযান

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  দীৰ্ঘদিন ধৰি তীৰ ব্যৱসায়ীৰ লগত জড়িত ধিঙৰ পৰিমল কুণ্ডক ধিং বজাৰৰ পৰা হাতে লুটে আটক কৰে ধিং আৰক্ষীয়ে*জানিব পৰা মতে ধৃত তীৰ ব্যৱসায়ী পৰিমলৰ পৰা নগদ ধন ৭,৫০০ টকা,দুটা মবাইল ফোন সহ দুখনকৈ তীৰ খেলৰ বহী জব্দ কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে । ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিটু দাসৰ নেতৃত্বত তীৰ ব্যৱসায়ী পৰিমল কুণ্ডক আটক কৰি অধিক তদন্তৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে।