দ্বীপশিখা- জ্যোতি জাগৃতি

Pc unsplash

দ্বীপশিখা

এনেদৰেই ৰৈ যাওক সময়,
স্তব্ধ হৈ ৰৈ যাওক জীৱনৰ দুখময় ফল্গুধাৰা,
ৰৈ ৰৈ বাজক এটি বীণ,
কপি কপি জ্বলি থাকক মাথো এটি দীপশিখা,
তাৰেই ছয়া-ময়া পোহৰত থাকিম মাথো তুমি আৰু মই,
আৰু এনেদৰেই ঠিক তেনেদৰেই ৰৈ যাওক সময়…

জ্যোতি জাগৃতি ,
ডিব্ৰুগড়, চাবুৱা