দেশে অনুমতি প্ৰদান কৰিলে শিশুসকলক কোভিড-১৯ প্ৰতিষেধক দিবলৈ সাজুঃ কেৰালা মন্ত্ৰী

pc The Economic Times

দেশে অনুমতি প্ৰদান কৰিলে শিশুসকলক কোভিড-১৯ প্ৰতিষেধক দিবলৈ সাজুঃ কেৰালা মন্ত্ৰী

অনলাইন বাৰ্ত্তাসেৱা-  কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে প্ৰকাশ কৰে যে যেতিয়া দেশখনে শিশু সকলক প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লব তেতিয়া ৰাজ্যখনে শিশুসকলৰ বাবে কোভিড-১৯ৰ  টিকাকৰণ আৰম্ভ কৰিবলৈ প্ৰস্তুত। ইয়াৰ পূৰ্বে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰ সঞ্চালকে কৈছিল যে ২-১৮বছৰ বয়সৰ ল’ৰা-ছোৱালীসকলৰ বাবে ছেপ্টেম্বৰ ২০২১ৰ ভিতৰত কোভিড-১৯ ৰ ভেকছিন মুকলি হব পাৰে।

(UD.)