দুৰ্ভাগ্যবশতঃ আমি এতিয়া তৃতীয় কোভিড-১৯ৰ ঢৌৰ প্ৰাৰম্ভিক পৰ্যায়ত আছোঁঃ বিশ্ব স্বাস্থ্য সংস্থা

pc South China Morning Post.jpg

অনলাইন বাৰ্ত্তাসেৱা – বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কোভিড-১৯ সন্দৰ্ভত এক ভাষণত প্ৰকাশ কৰে, “দুৰ্ভাগ্যবশতঃ… আমি এতিয়া তৃতীয় ঢৌৰ প্ৰাৰম্ভিক পৰ্যায়ত আছোঁ।” তেওঁ উল্লেখ কৰে যে কোভিডৰ ডেল্টা প্ৰকৰণ এতিয়া ১১১ খনতকৈও অধিক দেশত বিয়পি পৰিছে আৰু ই অতি সোনকালেই বিশ্বজুৰি বিয়পি গৈ সমগ্ৰ বিশ্বতে আধিপত্য বিস্তৰ কৰিব।

(UD.)