দিল্লী চৰকাৰে শ্বহীদ ভগত সিং সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি বিদ্যালয় নিৰ্মাণ কৰিব

pc hindustan times

দিল্লী চৰকাৰে শ্বহীদ ভগত সিং সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি বিদ্যালয় নিৰ্মাণ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰবিন্দ কেজৰিৱালে  ঘোষণা কৰিছিল যে দিল্লী চৰকাৰে শ্বহীদ ভগত সিং সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি বিদ্যালয় নিৰ্মাণ কৰিব। তেওঁ লগতে কয় যে শিক্ষাৰ্থীসকলক সশস্ত্ৰ বাহিনীৰ বাবে প্ৰশিক্ষণ দিয়া বিদ্যালয়খন ঝাৰোদা কলনৰ ১৪ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব। “বিদ্যালয়ৰ বাবে মাচুল বিনামূলীয়া হ’ব আৰু ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক হোষ্টেল থাকিব,” কেজৰিৱালে কয়।