দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰী কোভিড-১৯ত পজিটিভ

P.c India Tv News

দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰী কোভিড-১৯ত পজিটিভ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰীয়ে টুইটাৰযোগে কয় যে তেওঁ কোভিড-১৯ত পজিটিভ হৈছে। লগতে তিৱাৰীয়ে কয় যে তেওঁ উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত এটা অভিযানত উপস্থিত থাকিব নোৱাৰিলে কাৰণ তেওঁ অসুস্থ আছিল। তিৱাৰীয়ে লগতে কয় যে “সতৰ্কতামূলক ব্যৱস্থা হিচাপে, মই কালি নিজেই নিজকে আইছোলেচন কৰি ৰাখিছিলো। অনুগ্ৰহ কৰি নিজৰ আৰু আপোনাৰ পৰিয়ালৰ যত্ন লওক,”।