দায়িত্ব-জ্যোতি স্মিতা গোস্বামী শৰ্মা

Pc Unsplash

অনুগল্প :

দায়িত্ব

স্মৃতিৰ বাকৰিত সাঁচি ৰখা ফটো কেইখন চাই চায়াই জীয়াক সুধিলে ফটো বোৰ ইমান ধুনীয়া হৈছে কেতিয়া তুলিলি । আৰু দুখন মান ফটো দেখুৱাই জীয়াই চায়াক উত্তৰ দিলে- যাত্ৰা কৰিছিলোঁ দায়িত্ব সমূহ বহন কৰিবলৈ বুলি, গন্ত্যব স্থানত দুখ বোৰে ক’লে সহযোগৰ অবিহনে তুমি দায়িত্ব ল’ব নোৱাৰিবা।

জ্যোতি স্মিতা গোস্বামী শৰ্মা