তেলেংগানা চৰকাৰৰ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত পুৱা ১ বজালৈকে বাৰ খোলা থাকিবলৈ অনুমতি প্ৰদান

PC Tolivelugu

তেলেংগানা চৰকাৰৰ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত পুৱা ১ বজালৈকে বাৰ খোলা থাকিবলৈ অনুমতি প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- তেলেংগানা চৰকাৰে এটা নিৰ্দেশ জাৰি কৰি অমিক্ৰনৰ ভয়ৰ মাজত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত পুৱা ১ বজালৈকে বাৰ খোলা থাকিবলৈ আৰু গ্ৰাহকসকলক সুৰা পৰিৱেশন কৰিবলৈ অনুমতি দিছে। A4 অনুজ্ঞাপত্ৰ ধাৰণ কৰা খুচুৰা দোকানবোৰ ৩১ ডিচেম্বৰৰ মাজনিশালৈকে খোলা থাকিব পাৰে, কোভিড-১৯ সুৰক্ষা নিৰ্দেশনা পালন কৰি। “জীৱনতকৈ ৰাজহ প্ৰাথমিকতা?” তেলেংগানা কংগ্ৰেছৰ মুৰব্বী ৰেৱন্ত ৰেড্ডীয়ে কৈছিল।