তালিবানে মহিলাসকলক চৰকাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই

pc-Sky News

তালিবানে মহিলাসকলক চৰকাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই

অনলাইন বাৰ্ত্তাসেৱা– মহিলাসকলক চৰকাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই তালিবানৰ সাংস্কৃতিক আয়োগৰ সদস্য এনামুল্লা চামংগনীয়ে কয়, “ইছলামিক আমিৰাতে মহিলাসকলক ভুক্তভোগী হোৱাটো নিবিচাৰে। তেওঁলোক চৰিয়া আইন অনুসৰি চৰকাৰী গাঁথনিত থাকিব লাগে।”

“চৰকাৰৰ গাঁথনি সম্পূৰ্ণৰূপে স্পষ্ট নহয়, কিন্তু অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি, সম্পূৰ্ণই ইছলামিক নেতৃত্ব থাকিব লাগে আৰু সকলো পক্ষই যোগদান কৰা উচিত,” চামংগনীয়ে লগতে উল্লেখ কৰে।

(UD.)