তালিবানে আফগান চৰকাৰী বিষয়াসকলক কামলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে

pc ANI News

তালিবানে আফগান চৰকাৰী বিষয়াসকলক কামলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে

 অনলাইন বাৰ্ত্তাসেৱা – তালিবানে সকলো চৰকাৰী বিষয়াৰ বাবে ‘সাধাৰণ ক্ষমা’ ঘোষণা কৰে আৰু আফগানিস্তান দখল কৰাৰ দুদিন পিছত তেওঁলোকক কামলৈ উভতি আহিবলৈ আহ্বান জনায়। আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি য়ে দেশৰ পৰা পলায়ন কৰে আৰু তালিবানে ৰাজধানী চহৰ কাবুলৰ ৰাষ্ট্ৰপতি মহলৰ নিয়ন্ত্ৰণ লয়। ইয়াৰ পিছতে তালিবানে বিষয়াসকলক এক বিবৃতিৰ জড়িয়তে প্ৰকাশ কৰে “আপুনলোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকৰ নিয়মীয়া জীৱন আৰম্ভ কৰা উচিত”।

(UD.)