তাঞ্জানিয়াত ভাৰতীয় দূতাবাসে কিলি পলক সন্মানিত কৰে

pc mint

তাঞ্জানিয়াত ভাৰতীয় দূতাবাসে কিলি পলক সন্মানিত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  তাঞ্জানিয়াৰ ভাৰতীয় উচ্চ আয়োগে ভাৰতীয় চলচ্চিত্ৰৰ জনপ্ৰিয় গানবোৰ লিপ-চিংক কৰা কিলি পলক সন্মানিত কৰে। তাঞ্জানিয়াৰ ভাৰতৰ উচ্চায়ুক্ত বিনায়া প্ৰধানে টুইটাৰত ফটো শ্বেয়াৰ কৰি লিখিছিল, “তাঞ্জানিয়াৰ শিল্পী কিলি পলে ভাৰতত লাখ লাখ হৃদয় জয় কৰিছে।” প্ৰধানে কিলি পলক এজন “বিশেষ দৰ্শনাৰ্থী” বুলি বৰ্ণনা কৰিছিল।