তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত স্বাধীনতা দিৱস উদ্‌যাপন

pc Twitter

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত স্বাধীনতা দিৱস উদ্‌যাপন

অনলাইন বাৰ্ত্তাসেৱা – সমগ্ৰ দেশৰ লগতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাযাৰ্লয়তো উদ্‌যাপন কৰা হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষ্যে তথ্য আৰু জনসংযোগ সঞ্চালকালয় চৌহদত সঞ্চালক অনুপম চৌধুৰীয়ে পুৱা ৭.৩০ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত সঞ্চালকালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।