ডি.আৰ.ডি.অ’. তথা অন্যান্য সংস্থাসমূহেও ‘এণ্টি-ড্ৰোন’ প্ৰযুক্তিৰ ওপৰত কাম কৰি আছেঃ অমিত শ্বাহ

pc The Hans India

অনলাইন বাৰ্ত্তাসেৱা – জম্মু বায়ু সেনা কেন্দ্ৰত ড্ৰোন আক্ৰমণৰ কেইদিনমানৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে প্ৰকাশ কৰে যে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি.আৰ.ডি.অ’.) আৰু অন্যান্য সংস্থাসমূহে থলুৱা ড্ৰোন বিৰোধী প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।   অমিত শ্বাহে দাবী কৰে, ভাৰতৰ স্থল সীমান্তৰ সকলোবোৰ ব্যৱধান ২০২১ চনৰ শেষৰ ফালে অন্ত পৰিব। তেওঁ কয়, “২০২২ চনৰ পৰা আমাৰ ‘ফেন্সিঙ’ৰ ক্ষেত্ৰত কোনো ব্যৱধান নাথাকিব।”

(UD.)