ডমিন’জৰ কৰ্মচাৰীক ৰচীৰে বান্ধি ধন লুটি নিলে দুৰ্বৃত্তই

Pc google play

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে পুৱা প্ৰায় ৪ বজাত গণেশগুৰিৰ নয়নপুৰ এলেকাৰ এখন ডমিন’জৰ বিপনীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। য’ত ৬ জনীয়া এটা দুৰ্বৃত্তৰ দলে বিপনীখনত প্ৰৱেশ কৰি কৰ্মচাৰীসকলক ধন দাবী কৰে আৰু ভাবুকি প্ৰদান কৰে। ইপিনে, দুৰ্বৃত্তকেইটাই কৰ্মচাৰীসকলক ৰচীৰে বান্ধি বিপনীখনৰ পৰা পলায়ন কৰে।