ডব্লিউ. টি. চি. ফাইনেলঃ ভাৰতীয় বেটছমেনৰ বিপৰ্যয়ে চেচা পানী ধালে অনুৰাগীসকলৰ আশাৰ ওপৰত

pc NDTV Sports

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় বেটছমেনসকলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ফাইনেলত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু অনুৰাগীসকলৰ আশাৰ ওপৰত চেচা পানী পৰে। কিৱিৰ বলিঙত ধৰাশায়ী হয় এটা এটাকৈ ভাৰতীয় বেটছমেনসকল। এতিয়া খেলখনত ভাৰতীয় দলটো দায়িত্ব আহি পৰিছে বলাৰসকলৰ কান্ধলৈ।

ভাৰতীয় বেটছমেনসকলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ.টি.চি.) ফাইনেলত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু ভাৰতীয় বেটছমেনসকলে অনুৰাগীসকলৰ আশাৰ ওপৰত চেচা পানী পৰে। ভাৰতীয় বেটছমেনসকল এটা এটাকৈ কিৱিৰ বলত পৰিছিল আৰু ভাৰতে তেওঁলোকৰ প্ৰথম ইনিংছত মাত্ৰ ২১৭ ৰাণ কৰিবলৈ সক্ষম হৈছিল। এতিয়া খেলখনত ভাৰতীয় দলটোৰ দায়িত্ব সম্পূৰ্ণৰূপে বলাৰসকলৰ হাতত আহি পৰিছে।