টি-২০ ক্ৰিকেট ইতিহাসত বাংলাদেশে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডক পৰাস্ত কৰে

pc India Today

টি-২০ ক্ৰিকেট ইতিহাসত বাংলাদেশে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডক পৰাস্ত কৰে

অনলাইন বাৰ্ত্তাসেৱা – প্ৰথমখন টি-২০ত সাত উইকেটৰ বিজয় লাভ কৰি বাংলাদেশে টি-২০ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডক পৰাস্ত কৰে। বাংলাদেশে নিউজিলেণ্ডক ৬০ ৰাণত আউট কৰে, এয়া হৈছে টি-২০ ক্ৰিকেটত তেওঁলোকৰ যুটীয়া সৰ্বনিম্ন মুঠ। বাংলাদেশে ১৫ অভাৰত তেওঁলোকৰ লক্ষ্যত উপনিত হয়। অলৰাউণ্ডাৰ চাকিব আল হাছানে ২৫ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৪-০-১০-২ ৰ বলিংৰ ফিগাৰৰ বাবে মেন অৱ দ্য মেচ হিচাপে মনোনীত কৰা হয়।

(UD.)