টিভি অভিনেত্ৰী নিশি সিঙৰ ৫০ বছৰ বয়সত মৃত্যু

Pc MSN

টিভি অভিনেত্ৰী নিশি সিঙৰ ৫০ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ইশ্কবাজ’, ‘কুবুল হে’ আৰু ‘তেনালী ৰাম’ৰ দৰে টিভি অনুষ্ঠানত অভিনয় কৰা টিভি অভিনেত্ৰী নিশি সিঙৰ ৫০ বছৰ বয়সত মৃত্যু হয়।তেওঁ যোৱা কেইবছৰমানৰ পৰা তিনিবাৰকৈ পেৰালাইছিছৰ ষ্ট্ৰোকত ভুগিছিল। তেওঁ তেওঁৰ স্বামী, লেখক-অভিনেতা সঞ্জয় সিং ভাদলী আৰু তেওঁলোকৰ দুই সন্তানক এৰি থৈ যায়।