টাটা গ্ৰুপে ছেমি-কণ্ডাক্টৰৰ উৎপাদনত  বিনিয়োগ কৰিব

pc Flipboard

টাটা গ্ৰুপে ছেমি-কণ্ডাক্টৰৰ উৎপাদনত  বিনিয়োগ কৰিব

অনলাইন বাৰ্ত্তাসেৱা – অধ্যক্ষ এন চন্দ্ৰশেখৰণে প্ৰকাশ কৰে যে টাটা গ্ৰুপে ছেমি-কণ্ডাক্টৰ উৎপাদনত প্ৰৱেশ কৰিব বিচাৰিছে। তেওঁ লগতে কয়, “মধ্যম্যাদী সময়ত ইলেক্ট্ৰনিকছ, সঠিক উৎপাদন, সমাবেশ আৰু পৰীক্ষা আৰু ছেমি-কণ্ডাক্টৰ উচ্চ-প্ৰযুক্তিৰ উৎপাদনৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ আমি ইতিমধ্যে এটা ব্যৱসায় স্থাপন কৰিছো।” তেওঁ ইলেক্ট্ৰনিকছৰ উচ্চ-প্ৰযুক্তিৰ উৎপাদনৰ বজাৰৰ সুযোগ (market opportunity) ১ ট্ৰিলিয়ন ডলাৰ বুলি গণ্য কৰে।

(UD.)