টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাইচ চেয়াৰমেন বিক্ৰম কিৰ্লোস্কাৰৰ ৬৪ বছৰ বয়সত মৃত্যু 

Pc- ANI News

টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাইচ চেয়াৰমেন বিক্ৰম কিৰ্লোস্কাৰৰ ৬৪ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাইচ চেয়াৰমেন বিক্ৰম শ্ৰীকান্ত কিৰ্লোস্কৰৰ হৃদৰোগত আক্ৰান্ত হৈ ৬৪ বছৰ বয়সত মৃত্যু হয় বুলি পৰিয়ালৰ এজন সদস্যই নিশ্চিত কৰিছে। টয়োটা ইণ্ডিয়াই টুইট কৰি কয় যে আমি অত্যন্ত দুখী। এই দুখৰ সময়ত আমি সকলোকে অনুৰোধ জনাইছো যে তেওঁৰ আত্মাই যাতে শান্তি পায় তাৰ বাবে প্ৰাৰ্থনা কৰক। আজি দিনৰ ১ বজাত বেংগালুৰুত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।