টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰা সকল –

pc indianExpress

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰা সকল –

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত ভাৰতে মুঠ সাতটা পদক অৰ্জন কৰে। জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই গেমছত ভাৰতৰ হৈ একমাত্ৰ সোণৰ পদক জয় কৰে। ভাৰোত্তোলক মীৰাবাই চানু আৰু মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক লাভ কৰে। শ্বাটলাৰ পি ভি সিন্ধু, বক্সাৰ লভলিনা বৰগোহাঁই আৰু মল্লযোদ্ধা বজৰং পুনিয়াই লাভ কৰে ব্ৰঞ্জৰ পদক। মনপ্ৰীত সিঙৰ নেতৃত্বত ১৬ জনীয়া ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে।

(UD.)