ঝুলন গোস্বামী মহিলা বিশ্বকাপৰ ইতিহাসত যুটীয়াভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

Pc India Tv

ঝুলন গোস্বামী মহিলা বিশ্বকাপৰ ইতিহাসত যুটীয়াভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ পেচাৰ ঝুলন গোস্বামী মহিলা এদিনীয়া বিশ্বকাপৰ ইতিহাসত যুটীয়াভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ পৰিছে। ৩৯ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে হেমিল্টনত চলি থকা আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ২০২২ত নিউজিলেণ্ডৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে।  বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ খেলৰ সময়ত কেটি মাৰ্টিনক আউট কৰাৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ লিন ফুলষ্টনে লোৱা ৩৯ টা উইকেটৰ সংখ্যাৰ সমতুল্য হৈছে।