জেনেলিয়াই ৰিতেশৰ পৰিচালনা কৰা প্ৰথম ছবি বেদত অভিনয় কৰিব

Pc hauterfly

জেনেলিয়াই ৰিতেশৰ পৰিচালনা কৰা প্ৰথম ছবি বেদত অভিনয় কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা ৰিতেশ দেশমুখে ঘোষণা কৰিছিল যে তেওঁ মাৰাঠী চলচ্চিত্ৰ ‘বেদ’ৰ জৰিয়তে পৰিচালনাত আত্মপ্ৰকাশ কৰিব। তেওঁৰ পত্নী জেনেলিয়াই ইনষ্টাগ্ৰামত ছেটৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছিল, “মোৰ প্ৰথম মাৰাঠী চলচ্চিত্ৰ, মই দীঘলীয়া ১০ বছৰৰ পিছত অভিনয়লৈ উভতি আহিছো আৰু এটা সপোনৰ অংশ হৈছো য’ত মোৰ স্বামী ৰিতেশ দেশমুখে প্ৰথমবাৰৰ বাবে পৰিচালনা কৰে।”