জুনিয়ৰ এনটিআৰ, চিৰঞ্জীৱী, মহেশ বাবুয়ে অন্ধ্ৰৰ হোৱা বানপানীৰ বাবে ২৫ লাখ দান কৰিছে

pc yahooo sports

জুনিয়ৰ এনটিআৰ, চিৰঞ্জীৱী, মহেশ বাবুয়ে অন্ধ্ৰৰ হোৱা বানপানীৰ বাবে ২৫ লাখ দান কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  তেলেগু অভিনেতা জুনিয়ৰ এনটিআৰ, চিৰঞ্জীৱী আৰু মহেশ বাবুয়ে ঘোষণা কৰে যে অন্ধ্ৰ প্ৰদেশত হোৱা প্ৰচণ্ড বানপানীৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ অনুদান দিছে। প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত এতিয়াও বহুলোক সন্ধানহীন হৈ থকাৰ সময়ত ৪৪ জন লোকৰ মৃত্যু হৈছে। আইএমডিয়ে ঘূৰ্ণীবতাহ জাৱাদৰ বাবে সতৰ্কবাণী জাৰি কৰি কৈছে যে ই অন্ধ্ৰ প্ৰদেশত আঘাত কৰিব পাৰে।