জাৰ্চি’ চলচ্চিত্ৰ খনে বহুতো সম্পৰ্ক সলনি কৰিব: মৃণাল

pc-wikipedia

জাৰ্চি’ চলচ্চিত্ৰ খনে বহুতো সম্পৰ্ক সলনি কৰিব: মৃণাল

ৰঙিলী বাৰ্ত্তাসেৱা- মৃণাল ঠাকুৰে তেওঁৰ আহিবলগীয়া ছবি ‘জাৰ্চি’ৰ বিষয়ে কৈছে যে এইখন এখন এনে চলচ্চিত্ৰ যিয়ে যথেষ্ট সম্পৰ্ক সলনি কৰিব। লগতে তেওঁ বিচাৰে যে এই চিনেমাখন দৰ্শকৰ ওচৰলৈ যাওক আৰু এই চলচ্চিত্ৰই তেওঁলোকৰ ভিতৰৰ  সৰ্বশ্ৰেষ্ঠটো উলিয়াই আনক।’জাৰ্চি’ত শ্বাহিদ কাপুৰেও অভিনয় কৰিছে।