জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ৩ জন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত

P.c Zee News

 জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ৩ জন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ পুলৱামাৰ চান্দগামত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত তিনিজন জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে কয়। তেওঁলোকৰ এজন পাকিস্তানী নাগৰিক, আইজিপিয়ে লগতে কয়। “দুটা এম-৪ কাৰ্বাইন আৰু এটা এ কে চিৰিজ ৰাইফলসহ আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে,” আইজিপিয়ে কয়।