জম্মু-কাশ্মীৰত এল ই টিৰ  ৪জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Pc zee News

জম্মু-কাশ্মীৰত এল ই টিৰ  ৪জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰক্ষীয়ে জনোৱা মতে  জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাত লস্কৰ-ই-তৈবা (এল ই টি)ৰ এটা সন্ত্ৰাসবাদী মডিউল আটক কৰা হয়। অভিযানৰ পিছত নিৰাপত্তাৰক্ষীয়ে দুজন সক্ৰিয় সন্ত্ৰাসবাদী আৰু এগৰাকী মহিলাসহ তেওঁলোকৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰে। অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভঁৰাল আৰু ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) নিৰ্মাণৰ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।