জম্মু কাশ্মিত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, দুজন পাইলট সন্ধানহীন

pc DGmartpro

অনলাইন বাৰ্ত্তাসেৱা – মঙলবাৰে জম্মু-কাশ্মিৰৰ কাঠুৱাৰ ৰঞ্জিত সাগৰ বান্ধত (Dam) ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। “দুয়োজন পাইলটৰ সন্ধান অভিযান এতিয়াও চলি আছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে,” সেনাৰ সূত্ৰৰ উদ্ধৃতি দি এ.এন.আই.য়ে প্ৰতিবেদন দিছে। অস্ত্ৰ প্ৰণালী ইণ্টিগ্ৰেটেড হেলিকপ্টাৰে পাঞ্জাৱৰ পাঠানকোটৰ পৰা উৰা মাৰিছিল আৰু দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।

(UD.)