জনপ্ৰিয় সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ বিয়োগত ভৱেশ কলিতাৰ শোক প্ৰকাশ

pc daily news 360

জনপ্ৰিয় সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ বিয়োগত ভৱেশ কলিতাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- চিৰসেউজ গীতৰ সৃষ্টিৰে লাখ লাখ জনতাৰ হৃদয় চুই যোৱা জনপ্ৰিয় সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ প্ৰকাশ কৰিছে। ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে সংগীত শিল্পী গৰাকীৰ বিয়োগে অসমীয়া সংগীত জগতত শূণ্যতাৰ সৃষ্টি কৰিব। কলিতাই মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসতপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই৷