জনপ্রিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ মৃত্যু 

Pc Facebook

জনপ্রিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  জনপ্রিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই।আজি পুৱা তেওঁৰ মৃত্যু হয়।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল দত্ত।কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ। বিস্ময় আলোচনীযোগে জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীৰ কাৰ্টুনে ব্যাপক চৰ্চা লাভ কৰিছিল।কাৰ্টুন শিল্পৰ মাজত চিৰমূৰ্তমান হৈ থাকিব চিৰঞ্জীৱ দত্ত।কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ’ব।