ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ইটালীত দেহাৱসান

Pc India Today

ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ইটালীত দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ২৭ আগষ্টত (শনিবাৰে) ইটালীত তেওঁৰ ঘৰত মৃত্যু হয়, এআইচিচিৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইট কৰে। তেওঁ যোগ দিছিল যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া মঙলবাৰে  সম্পন্ন কৰা হৈছিল। খবৰ অনুসৰি ছোনিয়া, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে যোৱা সপ্তাহত অসুস্থ হৈ থকা পাওলাক সাক্ষাৎ কৰিছিল।