ছেপ্টেম্বৰ ২০২১ ত ১২ দিনলৈ বন্ধ থাকিব বেংকবোৰ
অনলাইন বাৰ্ত্তাসেৱা – উৎসৱ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু ছেপ্টেম্বৰত সাপ্তাহিক বন্ধৰ (দেওবাৰে) বাবে ১২ দিন পৰ্যন্ত বন্ধ থাকিব বেঙ্কবোৰ। মন কৰিব লগীয়া যে সকলো বেংক এক নিৰ্দিষ্ট উৎসৱৰ বাবে বন্ধ নহ’ব পাৰে। যিবোৰ ৰাজ্যত কোনো নিৰ্দিষ্ট উৎসৱ উদযাপন কৰা হয়, কেৱল সেইবোৰ ৰাজ্যৰ বাহিৰে বেংকসমূহত বন্ধ নহ’ব পাৰে। উল্লেখযোগ্য যে ১০ ছেপ্টেম্বৰত বন্ধ পালন কৰিব বেছিভাগ ৰাজ্যৰ বেংকে।
(UD.)