চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩০% কোটা নিশ্চিত কৰিব: গোৱাত প্ৰিয়ংকা গান্ধী

pc.Hindustan Times

pc.Hindustan Times

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৈছিল যে যদি তেওঁৰ দল গোৱাত ক্ষমতালৈ আহে তেন্তে তেওঁ চৰকাৰী চাকৰিত মহিলাসকলৰ বাবে ৩০% সংৰক্ষণ নিশ্চিত কৰিব। নুভেম সমষ্টিত এক ৰেলীসম্বোধন কৰি তেওঁ চাকৰি সৃষ্টিৰ বাবে ৫০০ কোটি পুঁজি আৱণ্টন কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে। তেওঁ আৰু কৈছিল যে চৰকাৰে চাকৰি আৱণ্টনত কেলেংকাৰীৰ পৰা মুক্তি পাব।