চেন্নাইত বিজেপিৰ মুখ্য কাৰ্যালয়ত পেট্ৰ’ল বোমা নিক্ষেপ কৰো ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে

pc. the hindu

চেন্নাইত বিজেপিৰ মুখ্য কাৰ্যালয়ত পেট্ৰ’ল বোমা নিক্ষেপ কৰো ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  চেন্নাইৰ টি নগৰত তামিলনাডু বিজেপিৰ মুখ্য কাৰ্যালয় ‘কমলালয়ম’ত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগত এজন ৩৮ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। বিজেপিৰ ৰাজ্যিক মুৰব্বী কে আন্নামালাই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা তদন্তৰ দাবী জনাই কয় যে এই আক্ৰমণ এক “বৃহত্তৰ ষড়যন্ত্ৰ”ৰ অংশ। অভিযুক্তজনে এনইইটিৰ ওপৰত বিজেপিৰ স্থিতিৰ বিৰোধিতা কৰি বোমা নিক্ষেপ কৰিছিল।