চেঞ্চুৰিয়নত অনুষ্ঠিত প্ৰথম টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ১১৩ ৰাণত পৰাস্ত কৰে  

Pc India Today

চেঞ্চুৰিয়নত অনুষ্ঠিত প্ৰথম টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ১১৩ ৰাণত পৰাস্ত কৰে  

ৰঙিলী বাৰ্ত্তাসেৱা- চেঞ্চুৰিয়নত অনুষ্ঠিত প্ৰথম খন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ১১৩ ৰাণত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে। চেঞ্চুৰিয়নত এইটো ভাৰতৰ প্ৰথম টেষ্ট বিজয়। সামগ্ৰিকভাৱে, দক্ষিণ আফ্ৰিকাৰ মাটিত টেষ্ট ক্ৰিকেটত ই ভাৰতৰ চতুৰ্থ বিজয়।