চীনত সংঘটিত হৈছে ‘মাঙ্কি বি’ (Monkey B) ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ প্ৰথমটো ঘটনা

pc Hindustan Times

অনলাইন বাৰ্ত্তাসেৱা – বেইজিংস্থিত মাঙ্কি বি ভাইৰাছ (বিভি)ৰ সংক্ৰমণৰ ফলত এজন পশু চিকিৎসকৰ মৃত্যু হয়। এইটো হৈছে প্ৰথম এই ভাইৰাছৰ ফলত মৃত্যু হোৱা প্ৰথম মানৱীয় ঘটনা। চীনা ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, ৫৩ বছৰীয়া পুৰুষ পশু চিকিৎসকজনে মাৰ্চৰ আৰম্ভণিতে দুটা মৃত বান্দৰ স্ত্ৰোপচাৰ কৰায়। ইয়াৰ ফলত তেওঁৰ ওকালি অহা, বমি, জ্বৰ আৰু স্নায়বিক লক্ষণ অনুভৱ হৈছিল আৰু তেখেতে ২৭ মে’ত মৃত্যু বৰণ কৰিছিল।

(UD.)