‘চিকাক’ হৈছে উইম্বলডন পুৰুষৰ একক ফাইনেলত কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা চেয়াৰ আম্পায়াৰ

pc Times Now.jpg

অনলাইন বাৰ্ত্তাসেৱা – ‘মাৰিজা চিকাক’ উইম্বলডনৰ ১৪৪ বছৰৰ ইতিহাসত পুৰুষৰ একক ফাইনেলত কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা চেয়াৰ আম্পায়াৰ হিচাপে পৰিগণিত হৈছে। ৪৩ বছৰ বয়সীয়া ক্ৰোৱেচিয়ান মহিলীগৰাকীয়ে ২০২১ চনৰ ফাইনেলত নোভাক জকোভিচ আৰু মাত্তেও বেৰেটিনিৰ মাজত কাৰ্যনিৰ্বাহ কৰিছিল। চিকাক এগৰাকী সোণৰ বেজ চেয়াৰ আম্পায়াৰ আৰু ২০১২ চনৰ পৰা ডব্লিউ.টি.এ. এলিট দলৰ সদস্য।

(UD.)