গোলাপ- হিমাদ্ৰী বৰকটকী

pcGood Housekeeping

গোলাপ

এই গোলাপ পাহী ক’ত পালা তুমি
চুলে বিন্ধিব মোক জানানে তুমি
ভয় লাগে আজিকালি গোলাপ পাহলৈ
এপাহি গোলাপে মোক বিন্ধি থৈ গৈছে
মোৰ হৃদয়……
আজিকলি মোৰ ভাল নালাগে গোলাপ
কাৰোবাক মৰমত দিবলৈ ভয় লাগে মোৰ
দিলে কিজানি তাৰ মূল্যই বুজি নাপায়
গোলাপৰ মূল্য বুজা গৰাকী মহান
সঁচাই এপাহ গোলাপে কৰে
জগত আমোলমোল
মৰমসনা মিঠা গোন্ধৰ সুবাসে
পেলায় হৃদয় শাঁত
গোলাপৰ বাঞ্ছা কোনেও নবুজে
মোহাৰি পেলায় তাক….

হিমাদ্ৰী বৰকটকী
শিৱনগৰ, ২ নং উপপথ
নগাঁও