গোলাঘাটৰ ৰঘুপ্ৰতিম ৰক্ষিতৰ P. hd. ডিগ্ৰী লাভ

গোলাঘাটৰ ৰঘুপ্ৰতিম ৰক্ষিতৰ P. hd. ডিগ্ৰী লাভ

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে ডিব্রুগঢ় বিশ্ববিদ্যালয়ে গোলাঘাটৰ ৰঘুপ্ৰতিম ৰক্ষিতক সন্মানীয় P. hd প্ৰদান কৰিছে। তেখেতৰ গৱেষণাৰ বিষয় “Morphotectonics and hazard vulnerability in and around Aizawl, Mizoram, India” উল্লেখ্য যে ৰঘুপ্ৰতিম ৰক্ষিতে ডঃ দেৱজিৎ বেজবৰুৱাৰ অধীনত উক্ত গৱেষণা চলাইছিল। ৰঘুপ্ৰতিম ৰক্ষিত ডাক্তৰ মিলন ৰক্ষিত আৰু অনিতা ৰক্ষিত ৰ সৰু পুত্ৰ। ৰঘুপ্ৰতিম গোলাঘাট বেংগলী বিদ্যালয়, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু ডিব্রুগঢ় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল।