গুজৰাট উন্নয়নৰ আৰ্হিক “অনুকৰণীয়” বুলি অভিহিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ 

pc the indian Express

 গুজৰাট উন্নয়নৰ আৰ্হিক “অনুকৰণীয়” বুলি অভিহিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুজৰাট বিধানসভাত তেওঁৰ প্ৰথম ভাষণত গুজৰাট উন্নয়নৰ আৰ্হিক “অনুকৰণীয়” বুলি অভিহিত কৰে। তেওঁ লগতে কয়, “উন্নয়নৰ এই আৰ্হি দেশৰ যিকোনো অঞ্চল বা ৰাজ্যত ৰূপায়ণ কৰিব পাৰি।” “সাবৰমতী কে সন্ত’ৰ দ্বাৰা স্থাপিত সাবৰমতী আশ্ৰম (মহাত্মা গান্ধীৰ সন্দৰ্ভত) এক নতুন ৰূপত আহি আছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক উদাহৰণ হৈ পৰিছে,” ৰাষ্ট্ৰপতি কোবিন্দে কয়।গুজৰাট চৰকাৰে সাবৰমতী আশ্ৰমৰ পুনৰ বিকাশ আৰু ইয়াক সম্প্ৰসাৰিত কৰাৰ বাবে ১,২০০ কোটি টকা ব্যয়েৰে  এটা প্ৰকল্প আৰম্ভ কৰিছে।