গাৰ্গী ৰত্ন জ্যোতিষালয়, বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

পুহ মাহৰ ২০ তাৰিখ মংগলবাৰ, ইংৰাজী ৫ জানুৱাৰী | শুক্লা সপ্তমী তিথি |
সূৰ্য্যোদয় = ৬/১৬/৭ মি.
সূৰ্য্যোস্থয় = ৪/৪১/৫৮ মি.

আজিৰ ৰাশিফলঃ=
মেষ= নতুন কৰ্মৰ সংবাদ লাভ কৰিব | ঘৰলৈ আলহীৰ আগমন হব |
বৃষ = সন্মান লাঘৱ হোৱাৰ যোগ আছে আৰু সঞ্চিত ধন হানি হব পাৰে, সেয়ে সাৱধান |
মিথুন= কৰ্মত সন্মান লাভ কৰিব | প্ৰেমত সফল হব |
কৰ্কট= ধন লাভ কৰাৰ নতুন যোগাযোগ পাব | মনৰ আশা পূৰন হোৱাৰ দিশে |
সিংহ = পাবলগীয়া ঋণ আদায় হব | কৰ্মত পদোন্নতিৰ যোগ |
কন্যা = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব | বিদ্যাৰ্থীৰ সুনাম লাভ হব |
তুলা = কৰ্মত জটিলতা বৃদ্ধি হব | ভাবিছা কাম পূৰ্ণ হোৱাৰ দিশে |
বৃশ্চিক= পাৰিবাৰিক অশান্তিয়ে মনত কষ্ট দিব | এলাহ ত্যাগ কৰক |
ধনু = ভ্ৰমণত আনন্দ লাভ কৰিব | ধনাগম বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ= আনৰ পৰা আদৰ _ সন্মান লাভ কৰিব | শত্রুৰ পৰা সাৱধান থকাক |
কুম্ভ = ৰাইজৰ মাজত থকাৰ সুযোগ পাব | কিন্তু অপমানৰ যোগো চলি আছে , সেয়ে সাৱধান হব |
মীন= সাহসৰ অভাৱ হোৱা দেখা যায় | ঘৰত শুভ কৰ্ম হোৱাৰ যোগ |