গাৰ্গী ৰত্ন জ্যোতিষালয়, বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজি বহাগ মাহৰ ২৫ তাৰিখ ৰবিবাৰ, ইংৰাজী ৯ মে | কৃষ্ণা ত্রয়োদশী তিথি,
সূৰ্য্যোদয় = ৪/৪৯/৪০মি.
সূৰ্য্যোস্থয় = ৫/৪৯/৮

আজিৰ ৰাশিফলঃ=
মেষ =খৰছৰ মাত্ৰা বৃদ্ধি হব, সেয়ে অনৰ্থক কাম এৰাই চলক ||
বৃষ =নিজৰ কৰ্মত মনত সন্তোষ লাভ কৰিব ||
মিথুন =ৰাজহুৱা উৎসৱত যোগদান মনত আনন্দ লাভ কৰিব ||
কৰ্কট =ৰাইজৰ লগত সামাজিক কামত ব্যস্ততা বাঢ়িব ||
সিংহ =আনৰ পৰা উত্তম বস্ত্র লাভত মনত আনন্দ পাব ||
কন্যা =বিপৰীত লিংগৰ পৰা মনত দুখ পাব পাৰে, সেয়ে সাৱধান হব ||
তুলা = আত্মীয়ৰ আগমনে মনত আনন্দ দিব || বৃশ্চিক =শাৰিৰীক পৰিশ্ৰম বৃদ্ধি হব, সচেতন হোৱা প্ৰয়োজন ||
ধনু = নাচ – গানৰ লগত জড়িত ব্যক্তিৰ সুনাম বাঢ়িব ||
মকৰ=নতুনকৈ প্ৰেমত পৰিব পাৰে, ভাবি-চিন্তি আগ বাঢ়িব ||
কুম্ভ = লোকচানৰ দিন, প্ৰয়োজন নহলে ওলাই নাযাব ||
মীন =কৰ্মত মনোযোগ বাঢ়িব, বিদ্যাৰ্থীৰ সুনাম |