গণৰাজ্য দিৱস সাংবাদিকতা বঁটাপ্ৰাপক অনিল বৰুৱালৈ প্ৰেছ ক্লাব অৱ আছামৰ উষ্ম অভিনন্দন

গণৰাজ্য দিৱস সাংবাদিকতা বঁটাপ্ৰাপক অনিল বৰুৱালৈ প্ৰেছ ক্লাব অৱ আছামৰ উষ্ম অভিনন্দন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা দেশৰ এগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিক, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মানীয় গণৰাজ্য দিৱস সাংবাদিকতা বঁটা প্ৰদানৰ কথা ঘোষণা কৰাৰ বাবে জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱালৈ প্ৰেছ ক্লাব অৱ আছামৰ সভাপতি কৈলাশ শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ৰাজ্য চৰকাৰে বৰুৱালৈ যি বিৰল সন্মান আগবঢ়াইছে তাৰবাবে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে।