গণেশপাৰাত সজাগত সভা

Pc- The Sentinel Assam

গণেশপাৰাত সজাগত সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  ফটাশিল গণেশপাৰাৰ চম্পক নগৰস্থিত শ্ৰী শ্ৰী শ্যাম দেৱালয়ত ৯ জানুৱাৰীৰ আবেলি ৩ বজাত এখনি সজাগতা সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত  ড০ গোৱিন্দ প্ৰসাদ শৰ্মা, অনুৰাধা শৰ্মা পূজাৰী, ড০ ৰবিন মজুমদাৰ, অভিনয় কুমাৰ ডেকা, প্ৰদীপ ভূঞাঁ, ড০ ৰমেন কলিতা,ডা° অঞ্জনজ্যোতি চৌধুৰী, ড০ সীমাৰেখা দেৱী, ড০ হীতেশ বৰুৱা, ড০ ৰুবী কাকতি, আবচাৰ আলি হাজৰিকা প্ৰমুখ্যে ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকিব।