গণতন্ত্র দিৱসৰ শুভকামনা – ৰাজলক্ষ্মী বৰঠাকুৰ

p.c Times of India

গণতন্ত্র দিৱসৰ শুভকামনা 

ভাষা অনেক,জাতি অনেক, ধৰ্ম আমাৰ ভিন ভিন
কিন্তু আমাৰ মন -প্রাণ একে
আমি যে সকলো ভাৰতীয়
নুসুধিবা আমাক আমাৰ পৰিচয়,
আমাৰ পৰিচয় মাথোঁ এটাই,
আমি সকলো হিন্দুস্থানী
দেশৰ কাৰণে দহৰ কাৰণে
হাতত হাত ধৰি আমি আগবাঢ়ি যাওঁ
আমাৰ সকলোৰে এটাই গৌৰৱ
ৰাষ্ট্ৰীয় ধ্বজ্ ত্রিৰংগা শ্রেষ্ঠ!
এই কথা গৌৰৱেৰে কম আমি
পোহৰ হব দীপক জ্বলাই থবা
শত চহিদৰ শোণিতেৰে যাৰ সন্মান বচালো
সেই ৰাষ্ট্ৰীয় ধ্বজ্ খনি মনত
সজতনে সাঁচি ৰাখিবা -‘গণতন্ত্র দিৱসৰ শুভেচ্ছা যাচিলোঁ।

 

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট