কৰ্ণাটকত ১২-১৪বছৰ বয়সৰ কোভিড-১৯ টিকাকৰণ অভিযানৰ শুভাৰম্ভ

pc the Indian Express

কৰ্ণাটকত ১২-১৪বছৰ বয়সৰ কোভিড-১৯ টিকাকৰণ অভিযানৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত ১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে কোভিড-১৯ টিকাকৰণ আৰম্ভ হোৱাৰ লগে লগে কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ড০ কে সুধাকৰে বাংগালুৰুৰ শ্ৰী অটল বিহাৰী বাজপেয়ী চিকিৎসা মহাবিদ্যালয়ত এই বয়সৰ শিশুসকলৰ বাবে কোভিড-১৯ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ কৈছিল যে এই বয়সৰ প্ৰায় ২০ লাখ শিশু ৰাজ্যখনত টিকাকৰণৰ বাবে যোগ্য।