ক্ৰিকেটতো, ইজনে আনজনৰ পৰা বেট লয়ঃ আৰ্শ্বাদ নীৰজ

pc Sportstar - The Hindu

ক্ৰিকেটতো, ইজনে আনজনৰ পৰা বেট লয়ঃ আৰ্শ্বাদ নীৰজ

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত ফাইনেলৰ আগতে আৰ্শ্বাদে তেওঁৰ প্ৰথম থ্ৰোৰ আগমূহুৰ্ত্তত আৰ্শ্বাদে নীৰজ চোপ্ৰাৰ জেভলিন ব্যৱহাৰ কৰা বুলি নীৰজ চোপ্ৰাই কৰা মন্তব্যৰ পিছত উদ্ভৱ হোৱা বিতৰ্কৰ প্ৰতি পাকিস্তানৰ জেভলিন থ্ৰ’ৱাৰ আৰ্শ্বাদ নাদিমে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰ্শ্বাদে কৈছিল, “এইটো কোনো ডাঙৰ বিষয় নহয়। ক্ৰিকেটতো, ইজনে আনজনৰ পৰা বেট লয়।” নীৰজে এইটোও স্পষ্ট কৰিছিল যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছিল সংবাদ মাধ্যমৰ দ্বাৰা।

(UD.)