কোভিড-১৯ৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছত দিল্লীত তৃতীয়বাৰৰ বাবে মৃত্যুৰ সংখ্যা শূ্ন্য

pc The Financial Express

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ ৰাজধানীত বুধবাৰে কোভিড-১৯ৰ ফলত মৃত্যুৰ কোনো সংক্ৰমণৰ ঘটনা দৃষ্টিগোচৰ নাছিল। এই দিনটোত, দিল্লীত ৫১ টা সংক্ৰমণ ঘটনা আৰু সস্থ্য ৭০ টা ঘটনা নথিভুক্ত হৈছে। চৰকাৰী পৰিসংখ্যাই মতে, মুঠতে, ২৫ লাখৰো অধিক লোকে আজিলৈকে তেওঁলোকৰ দ্বিতীয় টো কোভিড-১৯ ভেকছিনৰ পালি লাভ কৰে।

(UD.)