কোভিড-১৯ৰ অধিক সংক্ৰমিত ৰাজ্যসমূহে সক্ৰিয় পদক্ষেপ লোৱা উচিতঃ প্ৰধানমন্ত্ৰী

pc Yahoo News India

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে প্ৰকাশ কৰে যে যিবোৰ ৰাজ্যই কোভিড-১৯ৰ অধিক সংখ্যক ঘটনাৰ প্ৰতিবেদন নথিভূক্ত কৰি আহিছে সেই ৰাজ্য়সমূহে ইয়াৰ সম্ভাৱ্য তৃতীয় লহৰৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত এই মন্তব্য কৰে, যিহেতু এইবোৰ ঠাইত কোভিড-১৯ৰ সংক্ৰমণৰ হাৰ অধিক।

(UD.)